← ফুৰি যাওক

কঁহুবা

kam̐hubā

অৰ্থ

1.

কাঁহৰ তৈয়াৰী; কাঁহেৰে সজা

made of bell- metal

বিণ.

2.

কাঁহৰ ভাজ দিয়া; কাঁহ মিহলি থকা

alloyed with bell-metal

বিণ.

3.

দীঘলীয়া থোপা বান্ধি তুলাৰ নিচিনা বগা ফুল মেলা থাগৰিৰ সদৱশ কিন্ত্ত তাতকৈ সৰু এবিধ বন

a variety of reed; saccharum sponteneum

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ