← ফুৰি যাওক

কহনা

kahanā

অৰ্থ

1.

কথা; কথা কওঁতা; যেনে-কহনা আছে, বহনা নাই।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কহনা · অসমীয়া অভিধান