← ফুৰি যাওক

কবচ

kabaca

অৰ্থ

1.

ৰণুবাই গাত পিন্ধা লোৰ আবৰণ

armour

বি.

2.

কুমন্ত্ৰ, দুৰদৱষ্টি বা ভূত-প্ৰেত বা বিপদ আদিৰপৰা ৰক্ষা কৰা মন্ত্ৰ বা মন্ত্ৰেৰে জৰা বস্ত্ত [সেই বস্ত্ত বা মন্ত্ৰ লিখি দিয়া ভূৰ্জপত্ৰ, তুলাপাত আদি বিৰিত ভৰাই গাত পিন্ধে]

a charm or amulet

বি.

3.

কুমন্ত্ৰ, ভূত-প্ৰেত বা বিপদ আদিৰপৰা ৰক্ষা কৰা বেলেগ দেবতাৰ তান্ত্ৰিক মন্ত্ৰ [তাক মুখেৰে পাঠ কৰি শৰীৰ বন্ধন কৰে।]

incantation

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কবচ · অসমীয়া অভিধান