← ফুৰি যাওক

কল্লোল

kallola

অৰ্থ

1.

সাগৰৰ ডাঙৰ ঢৌ

a billow

বি.

2.

কল্লোল; পানীৰ খলকনি বা তেনেকুবা আন শব্দ বা গিৰ্জ্জনি

the loud noise produced by waves etc.

বি.

3.

পানীৰ খলকনি বা তেনেকুবা ডাঙৰ শব্দ; কল্লোল; ঢৌ; শব্দ

a loud noise; roaring

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কল্লোল · অসমীয়া অভিধান