কল্মৌ
kalmau
অৰ্থ
1.
পানীৰ ওপৰত হোবা এবিধ লতা [তাৰ কোমল আগৰ শাক খায়।]
a kind of pot-herb; convolvulus repens
বি.
2.
সাঁচি গছৰ সদৱশ এবিধ বৰ ওখ ডাঙৰ বনৰীয়া গছ আৰু নেমুটেঙাৰ সমান ডাঙৰ আৰু ঘূৰণীয়া গুটি; বন-পিঠা; যেনে-"আজোৰ পিজোৰ কৰিঃ ডালসব ভাঙ্গি-মুৰি; সমস্তে কলমৌ ফল খাইল" (মা. ক. সুন্দৰাকাণ্ড)
a kind of tree and its fruit; chrysophylum accuminatum
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ