← ফুৰি যাওক

কল্পান্ত

kalpānta

অৰ্থ

1.

এক কল্পৰ শেষ

the end of a kalpa

বি.

2.

বহু কাল; যেনে-"এই কীৰ্ত্তি কল্পান্তলৈকে থাকিব"

a very long time; perpetuity

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ