← ফুৰি যাওক

কলিজা

kalijā

অৰ্থ

1.

মানুহ বা জন্ত্তৰ বুকত থকা মঙহৰ কলডিল, যাৰ দ্বাৰা গোটে ই শৰীৰত ঘনে ঘনে তেজ চলি থাকে; শৰীৰৰ জীব ধাৰণ কৰা আৰু অতি আবশ্যকীয় অংশ

the heart

বি.

2.

সাহস

courage

বি.

3.

স্নেহ, মৰম-বেথা প্ৰকাশ কৰা শব্দ

a term of expression of love and attachment

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কলিজা · অসমীয়া অভিধান