← ফুৰি যাওক

কলা-গুৰি

kalā-guri

অৰ্থ

1.

দৰা আদৰিবলৈ পদুলিৰ দুই কানে পোতা কলাপুলিৰ ওচৰৰ ঠাই

the gate-way of the bride's house where plantain trees are temporarily planted for receiving the bridegroom

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কলা-গুৰি · অসমীয়া অভিধান