← ফুৰি যাওক

কলম

kalama

অৰ্থ

1.

কাপ; লেখনী

a pen

বি.

2.

ৰুবৰ কাৰণে কাটি অনা গছৰ ডাল

a branch of a tree cut for planting; graft

বি.

3.

নতুন পোখা মেলিবলৈ বুঢ়া ডাল কাটি পেলোবা কাৰ্য্য

pruning

বি.

4.

গছ মৰিবৰ কাৰণে তাৰ গুৰিত মেৰাই ছাল আৰু ওপৰে অলপ দকৈ কাঠ কাটি পেলোবা কাৰ্য্য

ringing

বি.

5.

মিছা মাছৰ দূৰ আৰু গলধনত মেৰাই থকা টান বাকলিখন

the scale encircling the head of a shrimp or spawn

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কলম · অসমীয়া অভিধান