← ফুৰি যাওক

কলপ্ কলপ্

kalap, kalap

অৰ্থ

1.

কাপ্-কাপ্; বৰ কষ্টত বা মৰিবৰ সময়ত মুখ মেলি উশাহ লোবা কাৰ্য্য

act of grasping for breath

বি.

2.

অতি কষ্টেৰ কাল নিওবা কাৰ্য্য; যেনে-"খাবলৈ নেপাই কলপ্ কলপ্ কৰিছে"

to live in want and misery

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ