কলপ
kalapa
অৰ্থ
1.
গাৰ ছাল
the skin
বি.
2.
সাপৰ মোট
the slough of a snake
বি.
3.
আবৰণ; ঢাকনি; সাঁফৰ
a cover
বি.
4.
চুলিত লগোবা ৰং
hair- dye
বি.
5.
তৰপ; যেনে-"বেৰত চূণ দুই কলপ লগা"
a layer; a coating
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
kalapa
গাৰ ছাল
the skin
বি.
সাপৰ মোট
the slough of a snake
বি.
আবৰণ; ঢাকনি; সাঁফৰ
a cover
বি.
চুলিত লগোবা ৰং
hair- dye
বি.
তৰপ; যেনে-"বেৰত চূণ দুই কলপ লগা"
a layer; a coating
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ