← ফুৰি যাওক

কলচি

kalaci

অৰ্থ

1.

ধুনীয়া সৰু কলহ; বিয়াৰ-পানী তোলা ঘট

a small water-jar

বি.

সমাৰ্থক শব্দ

2.

ঘৰ, দ'ল আদিৰ ওপৰত ধুনৰ নিমিত্তে দিয়া কলহ বা কল্-ডিলৰ আকৱতিৰে সজা বস্ত্ত

a water-pot-shaped pinnacle on the top of a temple, etc.

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ