← ফুৰি যাওক

কৰগুটীয়া

karaguṭīẏā

অৰ্থ

1.

কল-গুটিৰ নিচিনা অলপ টান; ভালকৈ নুশুকোবা; অলপ ৰ'দ পোবা (সিজোবা ধান)

not properly dried (said of boiled paddy)

বিণ.

2.

ভীমকলৰ গুটিৰ সমান

of the size of the seed of a plantain fruit

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কৰগুটীয়া · অসমীয়া অভিধান