← ফুৰি যাওক

কল

kala

অৰ্থ

1.

বৌখাৰে গা ঢকা আৰু বৌখাৰ আগত বৰ বহল- দীঘল পাত মেলা এবিধ গছ আৰু তাৰ ফল; [ইয়াৰ অনেক উপজাতি আছে; যেনে- আঠীয়া বা ভীম কল, চঁপাআঠীয়া, কেতেকী-সোন্দা, গোবিন্দ-তুলসী, চেনি-চম্পা, জবকা-দৰীয়া, জাতি, জাহাজী, পূৰা, দিগ্-যোবা, বগী-মনোহৰ, বৰত-মণি, শিমলু- মনোহৰ, মালভোগ, সোন্দা, হাতী-দঁতীয়া, ইত্যাদি]

banana or plantain; Musa sapiontum

2.

শিমলূ গছৰ গুটি আৰু তুলাৰ ভঁৰাল

the pod of the silk cotton tree

3.

মাছৰ ফুল; মাছ আদি কোনো কোনো পানীৰ জন্ত্তৰ গালৰ ভিতৰত থকা নিশ্বাসৰ যন্ত্ৰ

the gills of fish

বি.

4.

হিয়া; লাই পাই বা বেয়া কামত নিষেধ নেপাই বঢ়া মন

boldness caused by indulgence or impunity

বি.

5.

যন্ত্ৰ; কোনো কাৰ্য্য উজুৰূপে আৰু বেগাই নতুবা মানুহৰ বলেৰে কৰিব নোবৰা ডাঙৰ কাৰ্য্য কৰিবৰ নিমিত্তে সাজি লোবা যতন

a machine

বি.

6.

কৌশল; উপায়

a contrivance

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কল · অসমীয়া অভিধান