← ফুৰি যাওক

কৰ্মাণিক

karmāṇika

অৰ্থ

1.

পূৰ্ব্ব জন্মৰ কৰ্ম্ম-ফলৰপৰা হোবা; যেনে-"কৰ্ম্মাণিক নৰিয়া"

resulting from previous life's acts

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কৰ্মাণিক · অসমীয়া অভিধান