← ফুৰি যাওককৰ্মময়karmamaẏaঅৰ্থ1.নানা কাৰ্য্যত নিযুক্ত (জীবন)full of activitiesবিণ.সমাৰ্থক শব্দকৰ্ম্মময় · karmmamaẏa2.কৰ্ম্মৰ দ্বাৰা লাভ কৰাacquired through worksবিণ.সমাৰ্থক শব্দকৰ্ম্মময় · karmmamaẏaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ