← ফুৰি যাওক

কৰ্ম্মভোগ

karmmabhoga

অৰ্থ

1.

কৰ্ম্ম-ফল; নিজ কৰ্ম্মৰপৰা হোবা ভালমন্দ ফল; বিশেষকৈ পূৰ্ব্বজন্মৰ বেয়া কৰ্ম্মৰ ফল

sufferings caused by evil acts (especially done in a previous birth)

বি.

সমাৰ্থক শব্দ

2.

নানা কাৰ্য্যত নিযুক্ত থকা (জীবন)

full of activities

বিণ.

সমাৰ্থক শব্দ

3.

কৰ্ম্মৰ দ্বাৰা লাভ কৰা

acquired through works

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কৰ্ম্মভোগ · অসমীয়া অভিধান