কৰ্ম্মনাশা
karmmanāśā
অৰ্থ
1.
কাম নাশ বা নষ্ট কৰোঁতা; হানিকৰ
beneful or injurious to work or progress
বিণ.
সমাৰ্থক শব্দ
2.
গুবাহাটীৰ উমানন্দৰ ওচৰত ব্ৰহ্মপুত্ৰৰ কাণত থকা এটা পৰ্ব্বত [শৰাধ আদি বা তীৰ্থ কৰোঁতে এই পৰ্ব্বত দেখিলে সেই- বিলাকৰ ফল নধৰে বুলি মানুহে বিশ্বাস কৰে]
a hill on the Brahmaputra near Gauhati
বিণ.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ