কৰ্ম্মজড়
karmmajaṛa
অৰ্থ
1.
নানা কৰ্ম্মত লাগি থকাৰ কাৰণে অন্তৰ জড় বা উচ্চভাবহীন হোবা
having higher sentiments stified owing to pressure of various rites
বিণ.
সমাৰ্থক শব্দ
2.
কৰ্ম্ম-পন্হত আসক্ত থাকি জ্ঞান বা ভক্তিৰ তত্ত্ব নোপোবা; যেনে-"কৰ্ম্মজড় মনুষ্যৰ মন মগ্ন ভৈল তাতে" (কীৰ্ত্তন)।
বিণ.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ