← ফুৰি যাওক

অঁকা-বঁকা

অৰ্থ

1.

[অঁকাঅঙ্ক +বঁকা বক্ৰ] অনেক ধৰণৰ আৰু বৰণৰ আঁচ থকা; চিতবা-পখবা

variegated, striped

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অঁকা-বঁকা · অসমীয়া অভিধান