← ফুৰি যাওক

কঁৰিয়া

kam̐riẏā

অৰ্থ

1.

শৰ মাৰ্ বা প্ৰহাৰ কৰ্; কাঁড় মাৰ্

to shoot with a arrow

অক. ধা.

সমাৰ্থক শব্দ

2.

মাইকী মানুহে কাণত ওলোমাই পিন্ধা এবিধ অলঙ্কাৰ

an earring

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ