কৰাল
karāla
অৰ্থ
1.
বিকট; ভয়ানক; ভয়ঙ্কৰ; দেখিলে ভয় লগা
awful or terrible in form
বিণ.
2.
চূণ-চূৰ্কী আদি মিহলাই কৰা ইটা-গঁথা মচলা
mortar
বি.
3.
কেঁচাতে বা শুকালে আট খাই ধৰা বস্ত্ত; আঠা
a cement; an adhesive susbtance
বি.
4.
আঠাৰ নিচিনা লাগি থকা লিকটা শুকান বস্ত্ত; যেনে-"হাতত বা লাগি ধৰা গুণ; আঠাৰ নিচিনা লাগি থকা শক্তি বা গুণ; যেনে-"পুৰণি চূণত কৰাল নেথাকে"
adhesiveness
বি.
5.
মনৰ হিংসা, কপট আদি ভাব; যেনে-"তাৰ দৰে এনে কৰাল নথকা মানুহ নাই"
ill-feeling
বি.
6.
কৰাল লগা বা সান্
to cement
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ