কৰাই-মেৰীয়া
karāi-merīẏā
অৰ্থ
1.
পাক খৰ হোবাৰ কাৰণে টান আৰু বেগাই মেলিব নোবৰা হৈ মেৰ খাই গাঁঠি লগা (সূতা, জৰী আদি); যেনে-"বঢ়ীয়া বা বগছত কৰাইমেৰীয়া পাক লাগিল।"
বিণ.
2.
বৰকৈ মেৰ খাই লগা গাঁঠি
a kink
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ