← ফুৰি যাওক

কৰাইচ

karāica

অৰ্থ

1.

লোকক বস্ত্ত দিয়া বা ধন ভঙা সম্পৰ্কত বৰ টান; অতি কৱপণ; কট্কিনা; চিকটা

very miserly; close-fisted

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কৰাইচ · অসমীয়া অভিধান