কৰা
karā
অৰ্থ
1.
আনৰ হতুবাই সম্পাদন কৰা
to cause to be done
সক. ধা.
2.
যিটো কৰা হৈছে; য়েনে-"কৰা কামকে কৰিছে"
done; performed
বিণ.
3.
কৰণ; কাৰ্য্য-সাধন; যেনে-"তাৰ এনে কৰাটো ভাল হোবা নাই"
doing; acting
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ