কম্পাছ
kampācha
অৰ্থ
1.
দিগ্দৰ্শন যন্ত্ৰ; [ইয়াৰ কাঁইটৰ এটা মূৰ সদায় উত্তৰফালে থাকে]
compass ; the compass
বি.
2.
বৱত্ত অঁকা বা মেপ আদিৰ জোখ লোবা দু-ঠেঙীয়া, আগ-জোঙা যন্ত্ৰ; কুটনি
a pair of compasses
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ