← ফুৰি যাওক

কবি

kabi

অৰ্থ

1.

এবিধ বাম খেতিত হোবা, পাতবোৰ ঘোৰ খাই গোট মৰা বিদেশী শাক; বন্ধা-কবি [ইয়াৰ অনেক উপজাতি আছে আৰু এবিধ কজলা বা ৰঙা বৰণৰো আছে।]

couve ; the cabbage; red cabbage; Brassica (oleracea) bullcata

বি.

2.

নিমি ৰজাক উপদেশ দিওঁতা নজন সিদ্ধৰ এজন

an ancient sage

বি.

3.

কাব্য বা কবিতা লিখোঁতা

a poet

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কবি · অসমীয়া অভিধান