← ফুৰি যাওক

কপ্ জপ্, কপ্জপনি

kap, jap, kapjapani

অৰ্থ

1.

বক্বকনি; পানীত পৰি উঠিবৰ কাৰণে হাত-ভৰি জোকাৰি কৰা চেষ্টা

the struggle of a drowning man

বি.

2.

আপদৰপৰা উদ্ধাৰ হ'বলৈ কৰা চেষ্টা; বিপদত পৰি অস্হিৰ বা বিবুদ্ধি হোবা

the struggle of a person in distress

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কপ্ জপ্, কপ্জপনি · অসমীয়া অভিধান