কপ্কপনি
kapkapani
অৰ্থ
1.
কপ্ কপ্ কৰা কাৰ্য্য; টপ্ টপনি; গৰৈ, মাগুৰ আদি মাছে পানীত উশাহ লওঁতে হোবা শব্দ
an imitative word used to express the sound produced by certain fishes while breathing in water
বি.
2.
অনৰ্থক অধিক কথা; মিছা বকনি; টপ্টপনি; বকনি
babbling
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ