কপোত
kapota
অৰ্থ
1.
পাৰ চৰাই
pigeon
বি.
2.
কপৌ চৰাই; . যেনে-"শিবি ৰাজা কপোতক অভয় দিলন্ত। আপোনাৰ মাংস কাটি শেন তুষিলন্ত" (মা. ক. অযোধ্যাকাণ্ড)।
a dove
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ