← ফুৰি যাওক

কপিল

kapila

অৰ্থ

1.

তামৰ নিচিনা বৰণ; মুগা বৰণ

brown or tawny colour

বি.

2.

সাংখ্য দৰ্শন ৰচনা কৰা প্ৰসিদ্ধ এজন মুনি; [এওঁ দেবহূতিৰ পুতেক; এওঁৰ কোপত সগৰ-বংশ লোপ হয়; এওঁক বিষ্ণুৰ অবতাৰ বুলি ধৰা হয়]

a famous sage; the author of the Sāṅkhya system of philosophy

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ