← ফুৰি যাওক

কপিত্থ

kapittha

অৰ্থ

1.

ঔটেঙা; সৰু বেল-জাতীয় এবিধ টেঙা আৰু তাৰ ফল; যেনে-"আলগতে ফুৰাই পাক হানিলাহা দলি। কপিত্থত পৰি যমপুৰে গৈল চলি" (কীৰ্ত্তন)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কপিত্থ · অসমীয়া অভিধান