← ফুৰি যাওক

কপাল

kapāla

অৰ্থ

1.

মূৰৰ সমুখৰ ফাল; চকু আৰু মূৰৰ চুলিৰ মাজৰ ভাগ

the forehead

বি.

2.

ভাগ্য; অদৱষ্ট; সুখ-দুখ অবস্হা

fate; luck

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কপাল · অসমীয়া অভিধান