কপৰা
kaparā
অৰ্থ
1.
কপাহৰ চুপহি
an upopened pod of cotton
বি.
2.
কপাহ-ফুলৰ কলি
a flower bud of the cotton
বি.
3.
আহোম ৰজাৰ দিনত ৰজা আৰু ডাঙৰ লোকে ব্যবহাৰ কৰা এবিধ জল-পাত্ৰ
a kind of water-pot
বি.
4.
চুক; ঠেক ঠাই
a corner; nook
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ