কন্দ
kanda
অৰ্থ
1.
গছৰ মূল
the root of a tree
বি.
2.
মূল; আদি কাৰণ; যেনে-"মহদানন্দ-কন্দ পৰমানন্দ" (বৰগীত)
source; origin
বি.
3.
(পু. অ.) কৰ্পূৰ; যেনে-"বদৰী-ৰসত চিনি কন্দ মিশলাইল" (কুমৰ-হৰণ)
camphor
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ