← ফুৰি যাওক

কনিয়াল

kaniẏāla

অৰ্থ

1.

এবিধ অস্ত্ৰ; যেনে-"হনুমন্তে উপাৰি লৈলন্ত তৰু শালে। ইন্দ্ৰজিতে কাটিলেক দশ কনিয়ালে" (মা.ক., সুন্দৰাকাণ্ড)

an arrow

বি.

2.

কোলৰ নিচিনা এবিধ মাছ খোঁচা যন্ত্ৰ

a kind of spear for piercing fish

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ