কনাৰি
kanāri
অৰ্থ
1.
নহৰু বা বন-নহৰুৰ গছৰ নিচিনা কিন্ত্ত তাতকৈ অনেক-গুণে দীঘল-বহল পাতেৰে এবিধ বগা সুগন্ধি ফুল [ইয়াৰ মাটিৰপৰা জপ্ জপীয়া হৈ পাত ওলায় আৰু তাৰেপৰা ফুলৰ ঠাৰি মেলি ফুল ধৰে; ৰজনীগন্ধা ফুলৰ দৰে গধূলি বৰ গোন্ধ ওলায়]
a kind of sweet-scented lily
বি.
2.
(পু. অ.) [সং. কহ্লাৰ] বি. শ্বেত-পদ্ম।
বি.
3.
নগৰা; কোনো গধুৰ বস্ত্ত ধৰিব বা দাঙিবৰ কাৰণে দুই মূৰ ঘূৰাই আঙঠিৰ নিচিনাকৈ বান্ধি লোবা বেত বা জৰী
a ring or loop of a rope
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ