কনকাঞ্জলি
kanakāñjali
অৰ্থ
1.
প্ৰতিমা-বিসৰ্জ্জনৰ সময়ত অঞ্জলিৰে অৰ্পণ কৰা সোণ, চাউল আদি বস্ত্ত
বি.
2.
তেনে বস্ত্ত দিবলৈ কৰা হাতৰ আঁজলি; যেনে -"কনক কনকাঞ্জলি সিংহ-বন্ধ স্কন্ধ। অধৰসুধায়ে পূৰিত বংশী-ৰন্ধ্ৰ" (দশম)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ