← ফুৰি যাওক

বহিঃপ্ৰকাশ

bo.hih.pro.kax

অৰ্থ

1.

কথা, কলা, সঙ্গীত বা ভঙ্গীৰ জৰিয়তে কিবা বুজোৱা বা প্ৰকাশ কৰা কাৰ্য্য।

The act of expressing, conveying, or representing in words, art, music, or movement; a manifestation.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বহিঃপ্ৰকাশ · অসমীয়া অভিধান