← ফুৰি যাওক

কদ্ৰু

kadru

অৰ্থ

1.

সাপ জাতিৰ মাক; দক্ষৰ কন্যা; কশ্যপ মুনিৰ ভাৰ্য্যা; যেনে-"দুৰ্ব্বিনয় কদ্ৰুৰ তনয় মহানাগ" (দশম)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কদ্ৰু · অসমীয়া অভিধান