← ফুৰি যাওক

কদাপি

kadāpi

অৰ্থ

1.

কদাচ; কেতিয়াও; কোনো কালতো; কোনো সময়তো

ever; at any time even

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কদাপি · অসমীয়া অভিধান