← ফুৰি যাওক

কদম

kadama

অৰ্থ

1.

ভৰি

a foot

বি.

2.

ঘোঁৰাৰ এখুজীয়া খোজ

a trot

বি.

3.

বহল, দীঘলীয়া পাতেৰে এবিধ ওখ ডাঙৰ গছ; ৰঘু গছ

a kind of tree; Authocephalus cadomba or Adina cordifolia

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কদম · অসমীয়া অভিধান