← ফুৰি যাওক

একমুখী প্ৰৱাহ

e.ko.mu.khi-pro.bah

অৰ্থ

1.

একপ্ৰকাৰৰ বৈদ্যুতিক প্ৰৱাহ য`ত বৈদ্যুতিক আধানবোৰে এটা নিৰ্দিষ্ট দিশত গতি কৰে ৷ প্ৰৱাহৰ মানৰ পৰিৱৰ্তন ঘটে; কিন্তু দিশৰ পৰিৱৰ্তন নঘটে ৷

The type of electric current where the electric charges flow in one direction.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একমুখী প্ৰৱাহ · অসমীয়া অভিধান