← ফুৰি যাওক

দুমুখীয়া

do.mo.khi.ya

অৰ্থ

1.

এজনক এক কথা আৰু আন জনক বিপৰীত কথা কোৱা, এক সময়ত এক আৰু আন সময়ত আন কথা কোৱা ।

Marked by deliberate deceptiveness especially by pretending one set of feelings and acting under the influence of another.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

দুখন মুখ থকা।

Having two faces.

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দুমুখীয়া · অসমীয়া অভিধান