সতী সাধনী
xo.ti xa.dho.ni
অৰ্থ
1.
চুতীয়া ৰাজ্যৰ ৰাণী-ষষ্টদশ শতিকা৷ সাধনী চুতীয়া ৰাজ্যৰ এগৰাকী সতী নাৰী আছিল৷ অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ পুত্ৰ নাছিল৷ সাধনীহে এওঁৰ একমাত্ৰ জীয়েক আছিল৷ বহুত দিনৰ পিছত ৰজা ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়৷
queen of Chutia kingdom of preset day Assam during 16th century.
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ