← ফুৰি যাওক

জয়মতী কুঁৱৰী

joy.mo.ti ku~.wo.ri

অৰ্থ

1.

জয়মতী কুঁৱৰী (১৭শ শতিকা) আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী৷ পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ৷

The wife of Ahom Prince Gadapani. She was accorded the honorific Soti or Sati on account of her heroic endurance of torture until the end, dying at the hands of royalists under Sulikphaa Loraa Roja without disclosing her exiled husband Prince Gadapani`s whereabouts, thereby enabling her husband to rise in revolt and assume kingship.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জয়মতী কুঁৱৰী · অসমীয়া অভিধান