← ফুৰি যাওক

ঔচিত্য প্ৰমাণ কৰ্

o``u.si.tyo pro.man kor

অৰ্থ

1.

কোনো কাম কিয় কৰা হৈছে তাক যুক্তিৰে ব্যাখ্যা কৰা৷

to explain with reason why an action has been taken.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঔচিত্য প্ৰমাণ কৰ্ · অসমীয়া অভিধান