← ফুৰি যাওক

কথা

kathā

অৰ্থ

1.

শব্দ; বাক্য; ভাষা

a word; a sentence; language

বি.

2.

বিবৰণ; বিষয়; যেনে-"ৰণৰ কথা কোবাঁ"

a descriptive statement

বি.

3.

কাম; কাৰ্য্য; দিহা; যেনে-"এটা কথা কৰা"

an act; means

বি.

4.

গুৰুৰপৰা লোবা আধ্যাত্মিক উপদেশ

spiritual instruction

বি.

5.

আলাপ; যেনে-"তাৰে সৈতে কথা ইছোঁ"

conversation

বি.

6.

গল্প; ইতিহাস; যেনে-"ৰামায়ণৰ কথা"

a story

বি.

7.

উক্তি; বচন; যেনে-"বুঢ়া লোকৰ কথা"

a saying

বি.

8.

অভিপ্ৰায়; মনৰ ভাব; যেনে-"মনৰ কথা মনতে থাকিল"

intention

বি.

9.

অঙ্গীকাৰ; বন্দবস্ত; যেনে-"কথা বন্ধা"

a promise

বি.

10.

গোপনে কৰা প্ৰণয়; যেনে-"ছোবালীজনীৰ অমুকৰ লগত কিবা কথা আছে"

clandestine intimacy

বি.

11.

ক'ত; যেনে-"কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা" (নামঘোষা)

where

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কথা · অসমীয়া অভিধান