← ফুৰি যাওক

কথমপি

kathamapi

অৰ্থ

1.

কোনো প্ৰকাৰে; কষ্টেৰে; কোনো উপায়েৰে

somehow; with difficulty; narrowly

ক্ৰি. বিণ.

2.

মূৰে মূৰে; কাণে কাণ মাৰি; যেনে-"ভাতে কথমপি আঁটিলে"

barely

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ