← ফুৰি যাওক

কথ-বেল

katha-bela

অৰ্থ

1.

লতা-বেল; দাঁতিত ফেৰেঙণি মেলা পাতেৰে আৰু কজলা ফুলেৰে এবিধ খেতিত হোবা লতা আৰু তাৰ ঘূৰণীয়া নেমু টেঙাৰ আকাৰৰ টেঙা গুটি

Passiflora quadran-qularis var

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কথ-বেল · অসমীয়া অভিধান